শিক্ষকৰ সৰ্বাংগীন কল্যাণ কাৰ্যসূচী | সকলো শিক্ষকে পূৰণ কৰক এই ফৰ্ম | Teacher Wellbeing Programme

শিক্ষকৰ সৰ্বাংগীন কল্যাণ কাৰ্যসূচী | সকলো শিক্ষকে পূৰণ কৰক এই ফৰ্ম | Teacher Wellbeing Programme

Development of module for teacher wellbeing programme
শিক্ষকৰ সৰ্বাংগীন কল্যাণ কাৰ্যসূচী প্ৰস্তুতকৰণৰ বাবে Unicef আৰু সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা শিক্ষকসকলৰ এক জৰীপ আৰম্ভ কৰিছে। ভাৰত চৰকাৰৰ সকলো শিক্ষককে এই জৰীপত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ বাবে ইতিমধ্যে দুখন গুগল ফৰ্ম মুকলি কৰা হৈছে। এখন হিন্দী আৰু এখন ইংৰাজী ভাষাৰ। আপোনালোকে নিজৰ পচন্দ অনুসৰি যিকোনো এখন ফৰ্মৰ যেগেদি নিজৰ উত্তৰ আগবঢ়াব পাৰিব।

✪ হিন্দী ভাষাৰ ফৰ্মৰ লিংক:
https://forms.gle/xRtKd7yuKkDDvqrG8

✪ ইংৰাজী ভাষাৰ ফৰ্মৰ লিংক:
https://forms.gle/6VtN145EWF6a5bRZ9

Development of module for teacher wellbeing programmeteacher wellbeing programmeteacher wellbeing

Post a Comment

0 Comments